নিউজ ডেস্কঃ অসমীয়া ছবি প্ৰেমী তথা ৰবি শৰ্মাৰ অনুৰাগীৰ বাবে ভাল খবৰ। আজিৰে পৰা ছবিগৃহত মুকলি কৰা হ’ব জয়প্ৰিয় অভিনেতা ৰবি শৰ্মাৰ অভিনীত অসমীয়া ছবি শ্ৰী ৰঘুপতি।
ছবিখন মুক্তিৰ আগদিনা অৰ্থাৎ ১ জুন কামৰূপ নিম্ন আদালতে অনিদিষ্ট কাললৈ বন্ধ কৰি দিছিল ছবিখনৰ প্ৰদৰ্শনত।
ইয়াৰ পিছতেই ছবিখনৰ প্ৰযোজক শৈলন শৰ্মা দৰাস্থ হয় উচ্চ ন্যায়লত।
ইয়াৰ পিছতেই আজি শৈলেন শৰ্মাৰ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে কামৰূপ নিম্ন আদালতৰ ছবিখনৰ এওপৰত দিয়া নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে।
আজি দিনৰ ১১ বজাৰ বজাৰ ছবিগৃহত ছবিখন প্ৰদৰ্শন কৰিবলৈ উচ্চ ন্যায়ালয়ে প্ৰদান কৰে।
লগতে পঢ়ক – বালাছুৰত ৰেল দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হৈ থকা ৰূপক দাসৰ বাসগৃহত কেশৱ মহন্ত