২০২২ বৰ্ষৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ মুকুট পিন্ধিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ’বনি গেব্ৰিয়েলে।

যোৱা বছৰৰ মিছ ইউনিভাৰ্ছ হৰ্নাজ সান্ধুৱে তেওঁক মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধায়।
ভেনিজুৱেলা আৰু ডমিনিকান ৰিপাব্লিকে এই বছৰ মিছ ইউনিভাৰ্ছৰ মঞ্চত শীৰ্ষ তিনিটা স্থান লাভ কৰিছে।


২০২২ বৰ্ষৰ মিছ ইউনিভাৰ্ছৰ শীৰ্ষ প্ৰতিযোগী তিনিজন। প্ৰথম ৰানাৰ আপ ভেনিজুৱেলাৰ আৰু দ্বিতীয় ৰানাৰ-আপ হৈছে ডমিনিকান ৰিপাব্লিকৰ প্ৰতিযোগী।


উল্লেখ্য যে সৰুৰে পৰা মিছ ইউনিভাৰ্ছ হোৱাৰ সপোন দেখিছিল গেব্ৰিয়েলে। সেই সপোন বাস্তৱত ৰূপায়িত হ’ল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply