নিউজ ডেস্কঃ শুক্ৰবাৰে ঘোষণা কৰা হ’ল চলিত বৰ্ষৰ সাহিত্য অকাডেমী বঁটা। অসমীয়া, বড়ো আৰু নেপালী ভাষাৰ পাঁচগৰাকী অসমৰ সাহিত্যিকে কেইবাটাও শিতানত সাহিত্য অকাডেমি বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

অসমীয়া ভাষা, বড়ো আৰু নেপালী ভাষাত সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰিছে ক্ৰমে গল্পকাৰ তথা অধ্যাপক জিন্তু গীতাৰ্থ, মাইনাওশ্ৰী দৈমাৰী আৰু নৈনা অধিকাৰীয়ে৷

ইফালে, অসমীয়া আৰু বড়ো ভাষাত শিশু-সাহিত্য অকাদেমি বঁটা লাভ কৰিছে ক্ৰমে শিশু-সাহিত্যিক ৰথীন্দ্ৰনাথ গোস্বামী আৰু প্ৰতিমা নন্দী নাৰ্জাৰীয়ে৷

লগতে পঢ়ক – তথ্যচিত্ৰ “পৰভাত” IFFS23 ত প্ৰদৰ্শনৰ বাবে আনুষ্ঠানিক নিৰ্বাচন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply