মাংকিপক্সৰ প্ৰথমটো ঘটনা দেশত ধৰা পৰিছে। বিগত ১৪ জুলাইতে এই ঘটনা পোহৰলৈ আহিছিল। বিদেশৰ পৰা কেৰালালৈ অহা এজন ব্যক্তি এই ৰোগত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছিল।