Posted inমুখ্যপৃষ্ঠা

ইতিহাসত প্ৰথমবাৰৰ বাবে কৰ্কট ৰোগৰ ঔষধ আৱিষ্কাৰ

নিউজ ডেস্কঃ লাখ লাখ পৰিয়ালে নিজৰ আত্মীয়ক কৰ্কট ৰোগৰ বাবে হেৰুৱাবলগীয়া হয়। ই অতি দুখজনক। কিন্তু তাৰ মাজতে কৰ্কট ৰোগীৰ ওপৰত হোৱা ঔষধৰ ট্ৰায়েল অৰ্থাৎ পৰীক্ষণে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। কাৰণ এই পৰীক্ষণত ১৮ গৰাকী কৰ্কট ৰোগত আক্ৰান্ত ৰোগী সম্পূৰ্ণৰূপে কৰ্কট ৰোগমুক্ত হৈছে। এই পৰীক্ষণ ৰেক্টেল কেঞ্চাৰত আক্ৰান্ত ৰোগীসকলৰ ওপৰত কৰা হৈছে। ৬ মাহ ঔষধ […]