অম্লান বৰগোঁহাইৰ অভিলেখ

এথলেটিকচৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ অম্লান বৰগোঁহাই নৱতম তাৰকা হিচাপে চিহ্নিত হৈছে।

তেলেংগাণাত অনুষ্ঠিত হৈ থকা ৬০তম ৰাষ্ট্ৰীয় অপেন এথলেটিকচ প্ৰতিযোগিতাত ১০০ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰে।

আজি ২০০ মিটাৰ দৌৰত ১০.৭৫ ছেকেন্ডত অতিক্ৰম কৰি ব্যক্তিগত শ্ৰেষ্ঠতম প্ৰদৰ্শন কৰাৰ লগতে ৰাজ্যিক অভিলেখ আৰু মীট ৰেকৰ্ডসহ সোণৰ পদক লাভ কৰে।

লগতে পঢ়ক খাচপুৰত কছাৰী ৰজাৰ ঐতিহাসিক কীৰ্তিচিহ্ন পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply