ভাৰতীয় বেডমিন্টন ষ্টাৰ পি ভি সিন্ধুৱে মহিলাৰ একক শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে |


চীনৰ হি বিং ঝাওক পোনপটীয়াকৈ ২-০ চেটত পৰাস্ত কৰি সফলতা লাভ কৰে |


প্ৰথমটো চেটত পিভি সিন্ধুৱে ২১-১৩ চেটত পৰাস্ত কৰে চীনা খেলুৱৈক |


দ্বিতীয় চেটত ২১-১৫ চেটত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক নিশ্চিত কৰে |


অলিম্পিকত দুটাকৈ পদক পোৱা প্ৰথম গৰাকী মহিলা ভাৰতীয় খেলুৱৈ |


মল্লযুদ্ধা সুশীল কুমাৰে অলিম্পিকত ভাৰতৰ হৈ দুটাকৈ পদক লাভ কৰিছে |

লগতে পঢ়ক আজিৰে পৰা ATM ৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত সলনি হৈছে নিয়ম

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply