টকিঅ’ চলি থকা পেৰা অলিম্পিকত টেবুল টেনিছ শাখাত ৰূপৰ পদক লাভ কৰে ভাবিনাবেন পেটেলে |
টেবুল টেনিছৰ একক শাখাৰ ফাইনেলত ভাবিনা চীনৰ জুং য়িঙৰ বিপক্ষে ১১-৭, ১১-৫, ১১-৬ চেটত পৰাস্ত হয় |
এইজয়ৰ দ্বাৰা ভাবিনাই পেৰা অলিম্পিকত টেবুল টেনিছ ইভেন্টত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় খেলুৱৈ হিচাবে পৰিগনিত হয় |

লগতে পঢ়ক ভেকচিনৰ অপচয় ৰোধৰ ৰবটিক পদ্ধতি উদ্ভাৱন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply