নিউজ ডেস্কঃ বিহাৰৰ পাটনাত চলি থকা ৰাষ্ট্ৰীয় জুনিয়ৰ আৰু ছিনিয়ৰ খেলো ইণ্ডিয়া মহিলা ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমে দুটাকৈ সোণৰ পদক লাভ কৰিছে। 

মহিলাৰ ৬৪ কেজি শাখাত দীতিমণি সোণোৱালে স্বর্ণপদক জয় কৰিছে। ইফালে, য়ুথ শাখাৰ ৪৫ কেজি ওজন শাখাত জানমণি পেগুৱে ৰূপৰ পদ অৰ্জন কৰে।

উল্লেখযোগ্য যে, ধেমাজিৰ দিতীমণিয়ে জুনিয়ৰ আৰু ছিনিয়ৰ উভয় শাখাতে শ্রেষ্ঠত্ব অর্জন কৰিছে লগতে সেটচত ৪৩ আৰু ক্লীন এণ্ড জাৰ্কত ৫৯ কেজি উত্তোলন কৰি দ্বিতীয় স্থানত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply