নিউজ ডেস্কঃ বৰ্ষটোৰ আৰম্ভনিৰ প্ৰথমখন খেলতেই স্বৰ্ণ পদকৰে শুভাৰম্ভ স্প্ৰিণ্টাৰ হিমা দাস।

কেৰলাৰ কৰিভাটমত আজিৰে পৰা আৰম্ভ হৈছে ২০২৩ বৰ্যৰ Indian grand prix-1 প্ৰতিযোগিতা।

প্ৰথম দিনাৰ খেলতেই সোণৰ পদক আজুৰি আনিলে ধিং এক্সেপ্ৰেসে।

স্প্ৰিণ্টাৰ হিমা দাসে ২০০মিটাৰ দৌৰত ২৩.৭৯ চেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰে।

ত্ৰিবান্দ্ৰমৰ ষ্টেডিয়ামতেই খেলুৱৈগৰাকীক শুভেচ্ছা জনালে মন যায় ব্ৰাদাৰ্ছৰ অনুৰাগীসকলে।

উল্লেখযোগ্য যে, হিমা দাসৰ মাজে সময়ে হৈ থকা আঘাত প্ৰাপ্তৰ বাবে বৃহৎ প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰিব পৰা নাছিল।

লগতে পঢ়ক – উত্তৰ-পূব উন্নয়নৰ বাবে কেন্দ্ৰৰ ৩,৮৪,৫৬১.৬১ কোটি টকাৰ ব্যয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply