নিউজ ডেস্কঃ ভাৰতৰ বিৰুদ্ধে খেলপথাৰত নামিছে শ্ৰীলংকাৰ ক্ৰিকেট দল। আজিৰে পৰা আৰম্ভ হৈছে দুয়োখন দেশৰ ক্ৰিকেট দলৰ মাজত টি-২০ শৃংখলা। জানিব পৰা মতে, লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী ষ্টেডিয়ামত এই মেচখন খেলা হৈছে।

ভাৰতীয় ক্ৰিকেট প্ৰেমীসকলে সম্পূৰ্ণ সমৰ্থন জনাইছে নিজৰ দলটোক। ইতিমধ্যে ট’ছত জয়ী হৈছে শ্ৰীলংকাৰ দল।

টছত জয়ী হৈ শ্ৰীলংকাই ভাৰতক প্ৰথমে বেটিং কৰিবলৈ দিছে। আৰু সেয়েহে ভাৰতৰ হৈ অপেনিং কৰিছে অধিনায়ক ৰোহিত শৰ্মা আৰু ঈশান কিষাণে। ইফালে, শ্ৰীলংকাৰ বলাৰ ডি চামীৰাই কৰিছে প্ৰথমটো অভাৰ বলিং।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply