নিউজ ডেস্কঃ প্ৰথমখন টেষ্টত বাংলাদেশক হেৰুৱাই জয়ী হ’ল ভাৰত। বাংলাদেশৰ বিৰুদ্ধে ভাৰতে এদিনীয়া শৃংখলা হেৰুৱাই যদিও প্ৰথমখন টেষ্টত দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে বিজয় সাব্য়স্ত কৰে।

ভাৰতে প্ৰথম ইনিংছত ৪০৪ ৰান সংগ্ৰহ কৰে। প্ৰথম ইনিংছত অভিজ্ঞ বেটছমেন পূজাৰা, শ্ৰেয়াছ আয়াৰ আৰু শেষৰ ফালে অশ্বিনে অৰ্ধশতক কৰে। 

ইফালে, বাংলাদেশে প্ৰথম ইনিংছ ১৫০ ৰানতে শেষ কৰে। বাংলাদেশে জয়ৰ বাবে ৫১৩ ৰানৰ লক্ষ্য আগত লৈ ৩২৪ ৰানত থমকি পৰাস্ত হয়। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply