গুৱাহাটীঃ অসম ফুটবল সন্থাৰ ৭০ সংখ্যক ছিনিয়ৰ আন্তঃজিলা ফুটবল চেম্পিয়নশ্বিপৰ বাবে গুৱাহাটী দলটো ঘোষণা কৰিছে গুৱাহাটী ক্ৰীড়া সন্থাই।

তামুলপুৰৰ কুমাৰীকাটাত মঙলবাৰৰ পৰা অভিযান আৰম্ভ কৰিব লগা গুৱাহাটী দলটো হ’ল বিশাল চাহু (এএছইবি এছচি), নিকোডিম নাৰ্জাৰী (এএছইবি এছচি), বিশ্বনাথ কৰ্মকাৰ (এএছইবি এছচি), দ্বিজৰাজ বড়ো (এএছইবি এছচি), বিকাশ লাংনেহ (এএছইবি এছচি), হিতেশ্বৰ হাজোৱাৰী (এএছইবি এছচি), এ হিৰোজিৎ সিং (এফচি গ্ৰীণভেলী), কংকন ৰাভা (নৱজ্যোতি ক্লাব), ত্ৰিদেৱ বড়ো (এএছইবি এছচি), সৌৰভ চক্ৰৱৰ্তী (গুৱাহাটী চিটী এফচি), জিতুল বৰুৱা (এএছইবি এছচি), ধীৰাজ ৰাজবংশী (এএছইবি এছচি), কংকন শৰণীয়া (এফচি গ্ৰীণভেলী), দীপেন দৈমাৰী (নৱজ্যোতি ক্লাব), অৰ্জুন মাৰ্দী (এএছইবি এছচি), দিগন্ত বৰদলৈ (এএছইবি এছচি), অম্বৰ চেত্ৰী (গুৱাহাটী চিটী এফচি), বিষ্ণু বাছফোৰ (নৱজ্যোতি ক্লাব), বিপ্লৱ নায়ক (নৱজ্যোতি ক্লাব) আৰু কুশল চেত্ৰী (নৱজ্যোতি ক্লাব ) ৷ দলটোৰ প্ৰশিক্ষক বাহাৰুল ইছলাম ৷ সহকাৰী প্ৰশিক্ষক ছৰফৰাজ হুছেইন আৰু মেনেজাৰ কৌস্তৱ চক্ৰৱৰ্তী ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply