কাবাডী প্ৰতিযোগিতা

৩৩ সংখ্যক সদৌ অসম ভিত্তিত পুৰুষ আৰু মহিলা কাবাডী প্ৰতিযোগিতা খেল বিলাসীপাৰাত অনুষ্ঠিত হব । ধুবুৰী জিলা কাবাডী সন্থাৰ উদ্যোগত অহা ২৬ ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ বিলাসীপাৰাত নতুনকৈ স্থাপন হোৱা আই,এন একাডেমী মিনি ষ্টেডিয়ামত উক্ত খেল অনুষ্ঠিত হব ।

অসমৰ বিভিন্ন জিলাৰ পৰা পুৰুষ আৰু মহিলা খেলুৱৈ সকলে এই খেলত অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত সদৌ অসম কাবাডী এচোছিয়েশ্যনৰ সভাপতি ভূৱেনশ্বৰ কলিতা উপস্থিত থাকিব ।

বিলাসীপাৰা পূৱ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ বেচাকিনা বিভাগকৰ অধ্যক্ষ অশোক কুমাৰ সিংহীয়ে অভ্যৰ্থনা সমিতিৰ এই কথা জানিবলৈ দিয়ে।

লগতে পঢ়ক- মানকাচৰত বি এছ এফৰ বিনামূলীয়া চিকিৎসা শিবিৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply