নিউজ ডেস্কঃ আজি আইপিএলৰ এখন গুৰুত্বপূৰ্ণ মেচ। সন্ধিয়া ৭.৩০ বজাত চেন্নাই আৰু পঞ্জাৱ নামিব খেলপথাৰত। আজিৰ এই মেচখনত দুয়োটা দলৰ বাবেই অতি গুৰুত্বপূৰ্ণ। কিয়নো চেন্নাই বৰ্তমানলৈ খেলা দুয়োখন মেচতে পৰাস্ত হৈছে আৰু পঞ্জাৱ ইতিমধ্যে এখন মেচত জয়ী হৈছে। কিন্তু চেন্নাই এনে এটা দল যিটো দলে যিকোনো মুহূৰ্ততে আইপিএলৰ সমগ্ৰ পৰিস্থিতি সলনি কৰি দিব পাৰে।

চেন্নাইৰ দলত থকা ক্ৰিকেটাৰ কেইগৰাকী ক্ৰমে- আম্বাতী ৰায়ুডু, ডেবন কনৱে’, চি হৰি নিশান্ত, ৰবিন উথাপ্পা, ৰুতুৰাজ গাইকোৱাড, সুভ্ৰাংশু সেনাপতি, কানুমুৰী ভগত বাৰ্মা, ডিৱেইন প্ৰিটৰিয়াছ, ডিৱেইন ব্ৰাভো, মিচেল ছান্তনেৰ, মোইন আলী, ৰবীন্দ্ৰ জাডেজা, শিৱম ডুবে, এম এছ ধোনী, নাৰায়ণ জগদিশান, আদাম মিলনে, খ্ৰীছ জৰ্ডান, দীপক চাহাৰ, কেএম আশ্বিফ, মাহিছ থিকশ্বানা, মুকেশ চৌধুৰী, প্ৰশান্ত ছোলানকী, ৰাজবৰ্ধন হাংগাৰ্গেকাৰ, সীমৰজিত সিং, তুষাৰ দেশপাণ্ডে।

ইফালে, পঞ্জাৱৰ দলটোত থকা ক্ৰিকেটাৰ কেইগৰাকী ক্ৰমে- মায়াংক আগ্ৰৱাল, শ্বাহৰুখ খান, শিখৰ ধৱন, আথাৰ্বা টাইডে, বেনী হোৱেল, লিয়াম লিভিংষ্টন, অডিয়ান স্মিথ, প্ৰেৰাক মানকাড, ৰাজ বাৱা, ঋষি ধৱন, ৰিটিক চেতাৰ্জী, ভানুকা ৰাজাপাক্সা, জিতেশ শৰ্মা, জনী বাইৰষ্ট, প্ৰভছিমৰন সিং, অনছ পাটেল, অৰ্শ্বদীপ সিং, বালতেজ সিং, হৰপীট ব্ৰাৰ, ইষান পৰেল, কাগিছো ৰাবাডা, নাথান এলিছ, ৰাহুল চহৰ, সন্দীপ শৰ্মা, বৈভৱ অড়োৰা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply