নিউজ ডেস্কঃ আইপিএলৰ আজি ১৫সংখ্যক মেচত লক্ষ্ণৌৰ বিৰুদ্ধে খেলপথাৰত নামিব দিল্লী। আজি সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব এইখন মেচ। আইপিএলত নতুনকৈ অন্তৰ্ভুক্ত কৰা লক্ষ্ণৌ ছুপাৰ জায়েন্টে আজিৰ এই মেচখনত জয়ী হ’বলৈ পৰাস্ত কৰিব লাগিব দিল্লী কেপিটেলছক।

লক্ষ্ণৌ ছুপাৰ জায়েন্টক ভাৰতীয় বেটছমেন কে এল ৰাহুলে অধিনায়ক হিচাপে দলটোক আগুৱাই নিব। লক্ষ্ণৌ ছুপাৰ জায়েন্টৰ খেলুৱৈসকল ক্ৰমে- আয়ুষ বাডোনী, এভিন লেৱিছ, কৰণ শৰ্মা, কায়েল মায়েৰছ, মানান ভোহৰা, মনীষ পাণ্ডে, দীপক হুডা, জেছন হল্ডাৰ, জেছন হল্ডাৰ, কৃষ্ণাপ্পা গৌথম, ক্ৰুনাল পাণ্ডে, মাৰ্কাছ ষ্টইনিছ, কে এল ৰাহুল (অধিনায়ক), কুইন্টন ডে কক, এন্ড্ৰিউ টে’, অংকিত ৰাজপুত, এভেছ খান, দুষ্মন্ত চামীৰা, মায়ংক যাদৱ, মহছিন খান, ৰবি, বিষ্ণৈ আৰু শ্বাহবাজ নাদিম।

ইফালে, দিল্লী কেপিটেলছৰ খেলুৱৈসকল ক্ৰমে- অশ্বিন হেব্বাৰ, ডেভিড ৱাৰ্নাৰ, মনদ্বীপ সিং, পৃথ্বী শ্ব’, ৰিপাল পাটেল, ৰভমান পৱেল, ছৰফৰাজ খান, য়াছ ঢুল, এক্সৰ পাটেল, ললিত যাদৱ, মিচেল মাৰ্চ, ৰিশ্বৱ পান্ট (অধিনায়ক), শ্ৰীকাৰ ভাৰত, টিম ছেফাৰ্ট, এনৰিচ নৰ্টজে, চেটান চকৰীয়া, কমলেশ নাগৰকোটি, খালিল আহমেদ, কুলদীপ যাদৱ, লুংগী গিডী, মুস্তাফিজুৰ ৰহমান, প্ৰবীন ডুবে’, শ্বাৰডুল ঠাকুৰ আৰু বিকী অষ্টৱাল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply