নিউজ ডেস্কঃ আইপিএলৰ আজি আন এখন গুৰুত্বপূৰ্ণ মেচ। আজিৰ এই মেচখনত ৰাজস্থানৰ বিৰুদ্ধে খেলপথাৰত নামিব বাংগালুৰু। আজিৰ এই গুৰুত্বপূৰ্ণ মেচখন সন্ধিয়া ৭.৩০ বজাৰ পৰা খেলা হ’ব মহাৰাষ্ট্ৰ ক্ৰিকেট এছচিয়েশ্যন ষ্টেডিয়ামত।

উল্লেখযোগ্য যে, ৰয়েল চেলেঞ্জাৰ বাংগালুৰু দলটোত থকা খেলুৱৈসকল ক্ৰমে- অধিনায়ক ফাপ ডু প্লেছীছ, ৰজত পাটিদাৰ, শ্বেৰফানে ৰাডাৰফৰ্ড, বিৰাট কোহলী, গ্লেন মেক্সৱেল, মহিপাল লমৰোৰ, শ্বাহবাজ আহমেদ, সুযশ প্ৰভূদেশাই, ৱানিন্দু হাছাৰাংগা, অনুজ ৰাৱাট, দিনেশ কাৰ্তিক, ফিন এলেন, লাবনিথ চিচদিয়া, আকাশ দীপ, অনিশ্বৰ গৌতম, চামা মিলিণ্ড, ডেভিড ৱিলী, হৰ্শ্বল পাটেল, জেছন বেহৰেনডৰ্ফ, যশ হাজলেৱুড, কৰ্ণ শৰ্মা, মহম্মদ ছিৰাজ আৰু সিদ্ধাৰ্থ কৌল।

আনহাতে, ৰাজস্থান ৰয়েলছ দলটোৰ খেলুৱৈসকল ক্ৰমে- অধিনায়ক সঞ্জু ছেমছন, দেৱদত্ত পাডিকল, কৰুণ নায়েৰ, ৰেছি ভান ডেৰ ডাছেন, ছিমৰণ হেটমায়েৰ, যশস্বী জেইছল, ডাৰীল মিচেল, জেমছ নিশ্বাম, ৰিয়ান পৰাগ, শুভম গৰৱাল, ধ্ৰুৱ জুৰেল, জছ বাটলাৰ, অনুনয় সিং, কে চি কাৰিয়াপ্পা, কুলদীপ সেন, কুলদীপ যাদৱ, নাথান কলটাৰ-নীল, নৱদীপ ছেইনী, অবেড মক’য়, প্ৰসিদ্ধ কৃষ্ণ, ৰবিচন্দ্ৰণ অশ্বিন, তেজাছ বাৰোকা, ট্ৰেন্ট বল্ট আৰু য়ুজবেন্দ্ৰ চহল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply