লাভলীনা বৰগোহাঁই

২৪ তাৰিখে হ’বলগীয়া প্ৰথম ৰাউন্ডৰ খেলত ৱাক অভাৰ পোৱাৰ বাবেই প্ৰি কোৱাটাৰ পৰ্যায়ৰ মেছেৰে অলিম্পিকত এতিয়া যাত্ৰা আৰম্ভ কৰিব লাভলীনাই ।

বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ অসম কন্যা লাভলীনা বৰগোহাঁই।

প্ৰথম ৰাউণ্ডৰ প্ৰতিযোগীয়ে নাম প্ৰত্যাহাৰ কৰাত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয় লাভলীনা।

ৱাক অভাৰ পোৱা বাবে প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰে লাভলীনা বৰগোঁহাই।

২৪ জুলাইৰ পুৱা আছিল লাভলীনাৰ প্ৰথমখন খেল।

প্ৰথম খেলত লাভলীনাৰ প্ৰতিদ্বন্দী জাৰ্মানীৰ নাদিন এ’পেজ

প্ৰি-কোৱাৰ্টাৰত লাভলীনাৰ বিৰুদ্ধে খেলিব জাৰ্মানীৰ নাদিন এ’পেজ।

২৭ জুলাইত অনুষ্ঠিত হ’ব পৰৱৰ্তী খেল।

দুয়োগৰাকী খেলুৱৈৰ বাবে অলিম্পিকত প্ৰথম প্ৰবেশ । ইউৰোপীয়ান অলিম্পিক কোৱালিফাইং মেছত ছেমিফাইনেললৈকে উন্নীত হৈ অলিম্পিকত প্ৰবেশ কৰিছে নাদিন এ’পেজ।

জাৰ্মানীৰ নাদিন এ’পেজ হ’ল বিশ্বৰ পঞ্চম স্থানৰ খেলুৱৈ। আপেটছৰ তুলনাত লাভলীনাৰ বিশ্ব ৰেংকি উন্নত। বিশ্বৰ আইবা ৰেংকিঙৰ তৃতীয় স্থানত আছে লাভলীনা বৰগোহাঁই।

লগতে পঢ়ক আজিৰ কেবিনেটত কি সিদ্ধান্ত ল’লে ৰাইজৰ বাবে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply