অসম ক্ৰিকেট সংস্থাৰ ক্ৰিকেট লীগত মেচ ফিক্সিঙৰ অভিযোগ
জে কে বৰুৱা ট্ৰফী ( অনুৰ্ধ ১৯) ত মেচ ফিক্সিঙৰ অভিযোগ
গোলাঘাটত যোৰহাট আৰু এন এফ ৰেল’ৱেৰ মাজত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা
শিলচৰ ক্ৰীড়া সন্থাই এই সম্পৰ্কত ACA ক দিছে লিখিত অভিযোগ
অসম ক্ৰিকেট সংস্থাৰ সম্পাদক দেৱজিৎ শইকীয়াৰ প্ৰতিক্ৰিয়া
২৩ ফেব্ৰুৱাৰীত এই অভিযোগৰ সম্পৰ্কত অভিযুক্ত সকলক সোধাপোছা কৰিব
প্ৰমান পালে সংবিধান অনুসৰি গ্ৰহণ কৰা হ’ব ব্যৱস্থা