কেৰালাৰ কালিকটত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকচ প্ৰতিযোগিতাত পুৰুষৰ ২০০ মিঃ দৌৰত অম্লান বৰগোঁহাইয়ে ২০.৫২ চেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি সোণৰ পদক লাভ কৰি প্ৰথম গৰাকী অসমীয়া খেলুৱৈ হিচাপে অহা জুলাই মাহত আমেৰিকাৰ অৰেগণত অনুষ্ঠিত হব লগা বিশ্ব ছিনিয়ৰ ছেম্পিয়নশ্বপলৈ যোগ্যতা অৰ্জন কৰিছে। অন্যহাতেদি অম্লাণে ২২তম এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছে।

কেৰালাৰ কালিকটত চলি থকা ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকচ প্ৰতিযোগিতাত মহিলাৰ ২০০ মিঃ দৌৰত হিমা দাসে ২৩.৬৩ চেকেণ্ডেৰে সোণৰ পদক লাভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply