নিৰজ চোপ্ৰা

নতুন ইতিহাস ৰচনা কৰি ভাৰতীয় জেভলিন তাৰকা নিৰজ চোপ্ৰাই জয় কৰিলে অলিম্পিক স্বৰ্ণ |

ভাৰতীয় খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে অলিম্পিকৰ ইতিহাসত জয়ী হল ট্ৰেক এন্ড ফিল্ড ইভেন্টত স্বৰ্ণ পদক |

নিৰজে ৮৭.৫৮ মিটাৰ দলিয়াই লাভ কৰিলে স্বৰ্ণ পদক |


বেইজিং অলিম্পিকত শ্বুটিঙত অভিনব ব্ৰিন্দাই স্বৰ্ণ জয় কৰাৰ পিছত দ্বিতীয় বাৰৰ বাবে অলিম্পিক ইতিহাসত একক শাখাত ভাৰতীয় খেলুৱৈৰ স্বৰ্ণ জয় |

ইয়াৰ পূৰ্বে আজিৰ দিনটোত বজৰংগ পুনীয়াই মল্লযুঁজৰ ৬৫ কেজি ফ্ৰীষ্টাইলত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে | ভাৰতৰ হৈ ষষ্ঠটো পদক টকিঅ’ অলিম্পিকত জয়ী হৈছিল |

লগতে পঢ়ক আৰ্থিক অনাটন, জাতিবাদৰ বলিৰ মাজতে সফলতাৰ জয়গান ভাৰতীয় হকী তাৰকাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,473 other subscribers

Leave a comment

Leave a Reply Cancel reply