নতুন ইতিহাস ৰচনা কৰি ভাৰতীয় জেভলিন তাৰকা নিৰজ চোপ্ৰাই জয় কৰিলে অলিম্পিক স্বৰ্ণ |
ভাৰতীয় খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে অলিম্পিকৰ ইতিহাসত জয়ী হল ট্ৰেক এন্ড ফিল্ড ইভেন্টত স্বৰ্ণ পদক |
নিৰজে ৮৭.৫৮ মিটাৰ দলিয়াই লাভ কৰিলে স্বৰ্ণ পদক |
বেইজিং অলিম্পিকত শ্বুটিঙত অভিনব ব্ৰিন্দাই স্বৰ্ণ জয় কৰাৰ পিছত দ্বিতীয় বাৰৰ বাবে অলিম্পিক ইতিহাসত একক শাখাত ভাৰতীয় খেলুৱৈৰ স্বৰ্ণ জয় |
ইয়াৰ পূৰ্বে আজিৰ দিনটোত বজৰংগ পুনীয়াই মল্লযুঁজৰ ৬৫ কেজি ফ্ৰীষ্টাইলত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে | ভাৰতৰ হৈ ষষ্ঠটো পদক টকিঅ’ অলিম্পিকত জয়ী হৈছিল |
লগতে পঢ়ক আৰ্থিক অনাটন, জাতিবাদৰ বলিৰ মাজতে সফলতাৰ জয়গান ভাৰতীয় হকী তাৰকাৰ