গুৱাহাটীঃ মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে সীমান্ত ক্ৰীড়া মহোৎসৱ।

তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই সীমান্ত ক্ৰীড়া মহোৎসৱ।

মুকলি অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া মন্ত্ৰী বিমল বৰা , মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।

লগতে পঢ়কঃজামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আদৰ্শ বিদ্যালয়লৈ উন্নীতকৰণ

এই ক্ৰীড়া মহোৎসৱত ৯ খনকৈ সীমান্ত জিলাৰ খেলুৱৈদলে অংশগ্ৰহণ কৰে ।

মুঠ ৯ টাকৈ পৰ্যায়ত খেল অনুষ্ঠিত কৰা হব এই ক্রীড়া মহোৎসৱত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply