বক্সাৰ সতীশ কুমাৰে ৯১ কিলোগ্ৰাম শাখাৰ অন্তিম-১৬ ত জামাইকাৰ ৰিকাৰ্ডো ব্ৰাউনক পৰাস্ত কৰি কোৱাটাৰ ফাইনেললৈ আগবাঢ়িছে। তেওঁ মেচখন ৪-১ ব্যৱধানত জিকিছে। সতীশে প্ৰথম ৰাউণ্ডটো ৫-০, দ্বিতীয় আৰু তৃতীয় ৰাউণ্ডত ৪-১ ব্যৱধানত বিজয়ী হয়। এই জয়ৰ সৈতে, সতীশ কুমাৰে টকিঅ’ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে।
বেডমিন্টনত ডেনমাৰ্কৰ খেলুৱৈক পৰাস্ত কৰি পি ভি সিন্ধু কোৱাটাৰ ফাইনেলত প্ৰবেশ ।
আৰ্চাৰীৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় খেলুৱৈ অতনু দাসে।
চীনৰ খেলুৱৈ টাইপিছ ডেংগ ইউ-চেংগক ৩২ ৰাউণ্ডৰ মেচত পৰাস্ত কৰে অতনু দাসে।
Rio Olympicৰ স্বৰ্ণজয়ী আৰ্জেণ্টিনাক হৰুৱাই ভাৰতীয় পুৰুষ হকী দলে প্ৰৱেশ কৰিলে কোৱাৰ্টাৰ ফাইনেলত ।
লগতে পঢ়ক গুৱাহাটীৰ এইকেইখন নতুন, কম খৰচী ৰেষ্টোৰেণ্টৰ পৰা এবাৰ অৰ্ডাৰ দি চাওকচোন