পি ভি সিন্ধু

বক্সাৰ সতীশ কুমাৰে ৯১ কিলোগ্ৰাম শাখাৰ অন্তিম-১৬ ত জামাইকাৰ ৰিকাৰ্ডো ব্ৰাউনক পৰাস্ত কৰি কোৱাটাৰ ফাইনেললৈ আগবাঢ়িছে। তেওঁ মেচখন ৪-১ ব্যৱধানত জিকিছে। সতীশে প্ৰথম ৰাউণ্ডটো ৫-০, দ্বিতীয় আৰু তৃতীয় ৰাউণ্ডত ৪-১ ব্যৱধানত বিজয়ী হয়। এই জয়ৰ সৈতে, সতীশ কুমাৰে টকিঅ’ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে।

বেডমিন্টনত ডেনমাৰ্কৰ খেলুৱৈক পৰাস্ত কৰি পি ভি সিন্ধু কোৱাটাৰ ফাইনেলত প্ৰবেশ ।

আৰ্চাৰীৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় খেলুৱৈ অতনু দাসে।
চীনৰ খেলুৱৈ টাইপিছ ডেংগ ইউ-চেংগক ৩২ ৰাউণ্ডৰ মেচত পৰাস্ত কৰে অতনু দাসে।

Rio Olympicৰ স্বৰ্ণজয়ী আৰ্জেণ্টিনাক হৰুৱাই ভাৰতীয় পুৰুষ হকী দলে প্ৰৱেশ কৰিলে কোৱাৰ্টাৰ ফাইনেলত ।

লগতে পঢ়ক গুৱাহাটীৰ এইকেইখন নতুন, কম খৰচী ৰেষ্টোৰেণ্টৰ পৰা এবাৰ অৰ্ডাৰ দি চাওকচোন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,730 other subscribers

Leave a comment

Leave a Reply Cancel reply