ডিফু : পাহাৰীয়া জিলা কাৰ্বি আংলং’ৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত দেওবাৰে ডিফু ষ্টেডিয়ামত আয়োজন কৰা হয় বিশেষ অনুষ্ঠান৷ জিলাখনৰ প্ৰতিভাৱান খেলুৱৈ সকলক ক্ৰীড়া সন্থাৰ তৰফৰ পৰা জোতা সহ বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয় ৷

এই অনুষ্ঠানত জিলাখনৰ আন্ত:ৰাষ্ট্ৰীয় সোণৰ পদক প্ৰাপক পখিলা ইংহিপি, ক্ৰীড়া সন্থাৰ এথেলেটিকচ একাডেমিৰ মুখ্য প্ৰশিক্ষক

তথা গল্ড মেডিলিষ্ট চিখাৰী ইংহি, প্ৰাক্তন সেনা তথা প্ৰবীন এথেলেটিকচত মংগল সিং ইংতি, কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ উপ-সভাপতি ৰিতেশ ইংহি, যুটীয়া সম্পাদক জয়সিং টকবি অনুষ্ঠানত উপস্থিত থাকে৷

উল্লেখ্য যে দৰিদ্ৰ এথলীটসকলৰ মাজত বিনামূলীয়াকৈ জোতা সমূহ যোগান ধৰে ডিফুৰ সাংসদ হৰেন সিং বেৰ পত্নী কামিনী সিংনাৰপিয়ে৷

লগতে পঢ়ক-কাৰ্বি চুক্তিৰ প্ৰতিবাদত অল পাৰ্টি হিলচ লিডাৰ কনফাৰেন্সৰ জোৰ সমদল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply