মণিষ নৰৱাল

টকিঅ’ পেৰালিম্পিকত ভাৰতৰ জয়যাত্ৰা অব্যাহত আছে | শ্বুটিঙত ভাৰতে আন এটা স্বৰ্ণ জয় কৰে আজি ।

পুৰুষৰ ৫০ মিটাৰ পিষ্টল ইভেন্টত ১৯ বছৰীয়া মণিষ নাৰৱালে স্বৰ্ণ জয় কৰে ।

একেটা শাখাতে ভাৰতৰ সিংঘৰাজ আদানাই ৰূপৰ লাভ কৰে ।
টকিঅ’ পেৰালিম্পিকত ভাৰতৰ শ্বুটিং ইভেন্টত পঞ্চমটো পদক লাভ কৰিছে ।

এই জয়ৰ দ্বাৰা ভাৰতে এতিয়ালৈকে ১৫ টা মেডেল লাভ কৰিবলৈ সক্ষম হৈছে । য’ত ৩টি স্বৰ্ণ পদকো আছে ।

আজিৰ দিনটোত আৰ্চাৰীত হৰভিন্দৰ সিঙে ব্ৰঞ্জৰ পদক লাভ কৰে ।

লগতে পঢ়ক সদ্যহতে বৃদ্ধি নহয় বাছৰ ভাড়া: মুখ্যমন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply