নিউজ ডেস্ক: শেহতীয়াকৈ মুক্তিলাভ কৰা বহু প্ৰত্যাশিত অসমীয়া ছবি ‘শ্ৰী ৰঘুপতি’য়ে যোৱা ৪টা দিনত অতিক্ৰম কৰিলে ১.৪০ কোটি টকা।

আজি ছবিখনৰ অ’ফিচিয়েল ৱেবচাইডত এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ছবিখনৰ কৰ্মকতাসকলে।

বিগত চাৰিদিনত প্ৰথম দিনাই ছবিখনে লাভ কৰিছে ১৭ লাখ টকা, দ্বিতীয় দিনা ছবিখনে লাভ কৰিছে ৩৮.৮ লাখ টকা ,তৃতীয় দিনা ৪১.৭ লাখ আৰু চতুৰ্থ দিনা লাভ কৰিছে ৪৩ লাখ টকা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply