নিউজ ডেস্ক: ৭ জুনত উৰিষ্যাৰ উপকূলৰ ড০ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ দ্বাৰা নিউ জেনেৰেচন বেলিষ্টিক মিছাইল ‘অগ্নি প্ৰাইম’ৰ সফলতাৰে উৰণ পৰীক্ষা কৰা হয়। ক্ষেপণাস্ত্ৰৰ তিনিটা সফল বিকাশমূলক পৰীক্ষাৰ পিছত এইটোৱেই আছিল প্ৰথমটো প্ৰি-ইণ্ডাকচন নাইট লঞ্চ, যিয়ে ব্যৱস্থাটোৰ সঠিকতা আৰু নিৰ্ভৰযোগ্যতাক বৈধতা প্ৰদান কৰিছিল। বাহনখনৰ সমগ্ৰ ট্ৰেজেক্টৰী সামৰি উৰণৰ […]
Category: তথ্য-প্ৰযুক্তি
Posted inNews