Posted inমুখ্যপৃষ্ঠা

দেশৰ সৰ্বাধিক Mileage দিয়া ৫খন মটৰ চাইকেল

নিউজ ডেস্কঃ প্ৰতিগৰাকী ব্যক্তিৰে এখন মটৰচাইকেল লোৱাৰ সপোন। বিশেষকৈ ভাৰতত এই সপোন কেৱল এজন ব্য়ক্তিৰে নহয়, সম্পূৰ্ণ পৰিয়ালটোৰে থাকে। কিন্তু দিন বাগৰাৰ লগে লগে মটৰ চাইকেলৰ দাম বহু বৃদ্ধি পাইছে। বিশেষকৈ মটৰ চাইকেলৰ ইঞ্জিনসমূহৰ BS6 মডেল অহাৰ পাছত প্ৰতিখন বাইকৰো প্ৰায় ৫হাজাৰৰ পৰা ১০ হাজাৰ পৰ্যন্ত দাম বাঢ়িছে। যাৰ ফলত বহু লোকৰ বাবে এখন মটৰ […]