নিউজ ডেস্ক: শুক্ৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধক্ষ্য়তাত জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰে। বৈঠকৰ পাছত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত সিদ্ধান্ত সমুহ সদৰী কৰে।

উল্লেখ্য যে কেবিনেটে বিহুৰ বিশ্ব অভিলেখত অংশ লোৱা বিহুৱা-বিহুৱতীসকলৰ বাবে সুখবৰ আনিছে। অহা ২৮ আৰু ২৯ জুনত জিলাই জিলাই এক অনুষ্ঠানৰ যোগেদি বিহুৱা-বিহুৱতীসকলক ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব ৷ আনহাতে সংৰক্ষিত হিচাপে থাকি যোৱা বিহুৱা-বিহুৱতীসকলক ১০ হাজাৰ টকাকৈ দিয়া হ’ব ।

মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে প্ৰদান কৰিব এই মাননি আৰু প্ৰমাণ-পত্ৰসমুহ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply