প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় আৰ্কাইভৰ এক কোটিৰো অধিক পৃষ্ঠাৰ ঐতিহাসিক নথি-পত্ৰ থকা “অভিলেখ পাটাল” শীৰ্ষক পৰ্টেলটোৰ শলাগ লৈছে।
ৰাষ্ট্ৰীয় আৰ্কাইভৰ এটা টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় যে, “ইতিহাস আৰু সংস্কৃতি ভালপোৱাসকলৰ বাবে এইটো নিশ্চয় অতি আগ্ৰহৰ বিষয়।”