প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হায়দৰাবাদ আৰু চেকেন্দ্ৰাবাদত ৯০ কিলোমিটাৰ পৰ্যন্ত ‘এমএমটিএছ ৰে’ল নেটৱৰ্ক’ৰ সম্প্ৰসাৰণৰ প্ৰশংসা কৰে।
দক্ষিণ মধ্য ৰে’লৱেৰ এটা ‘টুইট’ ‘শ্বেয়াৰ’ কৰি প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
“ইয়াৰ ফলত হায়দৰাবাদ, চেকেন্দ্ৰাবাদ আৰু ওচৰ-পাজৰৰ অঞ্চলসমূহৰ লোকসকল উপকৃত হ’ব।”