২২ এপ্ৰিলত ‘বিশ্ব ধৰিত্ৰী দিৱস’ উপলক্ষে টি এম পি কেৰ উদ্যোগত জোনাই সমষ্টিৰ কাৰেং চাপৰিত এক লাখ বৃক্ষৰোপণ কাৰ্যসূচী আয়োজন কৰা হৈছিল। জোনাইৰ বিধায়ক ভূৱন পেগুৱে এই কাৰ্যসুচীৰ শুভাৰম্ভ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তাকাম মিছিং প’ৰিন কেবাঙে (টিএমপিকে) আয়োজন কৰা এক লাখ বৃক্ষৰোপণ কাৰ্যসূচীৰ এই পদক্ষেপক প্ৰশংসা কৰিছে। লগতে তেওঁ লখিমপুৰ (অসম) লোকসভাৰ সাংসদ শ্ৰীযুত প্ৰদান বৰুৱাই কৰা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় যে

“বহনক্ষম উন্নয়নক উন্নীত কৰাৰ বাবে ভাল প্ৰচেষ্টা।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply