প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ-উল-ফিতৰ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:

“ঈদ-উল-ফিতৰ উপলক্ষে শুভেচ্ছা। আমাৰ সমাজত সংহতি আৰু সহমৰ্মিতাৰ ভাব অব্যাহত থাকক। মই লগতে সকলোৰে সুস্বাস্থ্য আৰু মংগলৰ বাবে প্ৰাৰ্থনা জনাইছো। ঈদ মোবাৰক!”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply