প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৱান পৰশুৰামৰ জয়ন্তী উপলক্ষে নাগৰিকসকললৈ শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:
“আপোনালোক সকলোলৈ ভগৱান পৰশুৰাম জয়ন্তীৰ শুভেচ্ছা জনাইছো। মই কামনা কৰোঁ যে তেওঁৰ অনুগ্ৰহৰ দ্বাৰা সকলোৰে জীৱন সাহস, জ্ঞান আৰু বিবেকেৰে পৰিপূৰ্ণ হওক। “