আজি অসম চৰকাৰ স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ ফলাফল ঘোষণা কৰা হব। ১২ ফেব্ৰুৱাৰীত অনুস্থিত হোৱা স্বাস্থ্য বিভাগৰ অকাৰিকৰী লিখিত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিব অসম চৰকাৰে।

এইসমুহ অফিচিয়েল ৱেবছাইটত উপলব্ধ পৰা লাভ কৰিব পাৰিব ফলাফল।

  • (www.dhs.assam.gov.in)
  • (www.dhsfw.assam.gov.in)
  • (www.dme. assam.gov.in)
  • (www.ayush.assam.gov.in)

আনহাতে, উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে সময়সূচী অনুসৰি দক্ষতা পৰীক্ষা আৰু নথিপত্ৰ পৰীক্ষণত উপস্থিত থাকিব লাগিব। দক্ষতা পৰীক্ষা আৰু নথিপত্ৰ পৰীক্ষণত উপস্থিত হোৱাৰ সময় আৰু স্থানৰ লগতে দাখিল কৰিবলগীয়া নথিপত্ৰৰ তালিকাকে ধৰি অন্যান্য নিৰ্দেশনাও জাননী প্ৰদান কৰিব ৰাজ্য চৰকাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply