নিউজ ডেস্ক- পশ্চিমবংগত উৎপন্ন হৈছে বিশ্বৰ সবাতোকৈ দামী আম মিয়াজাকি’। পশ্চিমবংগৰ বীৰভূম জিলাৰ ডুৱৰাজপুৰ অঞ্চলত উৎপন্ন হৈছে এই বিধ আম।

জানিব পৰা মতে, এটা স্থানীয় মছজিদত উৎপন্ন এই আমবিধ নিলামত বিক্ৰী কৰা হয়। ইয়াৰ জৰিয়তে লক্ষাধিক টকা উপাৰ্জন কৰা হয়।

তথ্য অনুসৰি, উপাৰ্জন কৰা ধনখিনি মছজিদটোৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰা হ’ব। সচৰাচৰ জাপানত মিয়াজাকি আম প্ৰচুৰ পৰিমাণে উৎপন্ন হয়। এটা আমৰ ওজনেই ৩৫০ গ্রাম। আন্তর্জাতিক বজাৰত এক কিলো মিয়াজাকি আমৰ দাম ২.৭০ লাখ টকা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply