যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক এইবাৰ মঞ্চত কিছু ব্যতিক্ৰমী ৰূপত দেখা গৈছে।

প্ৰতিটো অনুষ্ঠানতে জুবিনক দেখা গৈছে আগতকৈ কিছু ব্যতিক্ৰমী ৰূপত। জুবিনৰ এই ৰুপত দেখি অনুৰাগীসকল হতবাক হৈ পৰিছে।

আনহাতে, এইবাৰ মঞ্চত বহু পুৰণি গীতৰ লগতে বহু জনপ্ৰিয় গীত পৰিবেক্ষন কৰিছে জুবিনে। এসময়ত যিবোৰ পুৰণি গীতে সকলোৰে মনত সাঁচ বহুৱাইছিল পুনৰ সেইবোৰ গীত মঞ্চত পৰিবেক্ষন কৰিছে জুবিনে।

লগতে, এইবাৰ মঞ্চত শান্ত অৱস্থাত দেখা গৈছে জুবিনক। আগৰ সেই উৎপতীয়া জুবিন ক্ৰমে শান্ত হৈ পৰিছে। প্ৰতিখন মঞ্চতে ব্যতিক্ৰমী ৰূপত সংগীত পৰিৱেশন কৰি দৰ্শকক মুগ্ধ কৰিছে জুবিন গাৰ্গে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply