নগাঁও : নগাঁৱত আটক তিনি গৰু চোৰ। দুটাকৈ চুৰিৰ গৰুসহ তিনি গৰু চোৰ আটক। ৰাইজে চুৰিৰ গৰুসহ আটক কৰে গৰু চোৰ তিনিটা।

নগাঁও জিলাৰ ধিংৰ অন্তৰ্গত ম’হখুটিত ৰাইজে তিনিটা গৰু চোৰক আটক কৰিবলৈ সক্ষম হৈছে। চুৰিৰ দুটা গৰুসহ স্থানীয় ৰাইজে গৰু চোৰ তিনিটাক আটক কৰে।

লগতে পঢ়ক – লিডুত চাহ জনজাতি ছাত্ৰসন্থাৰ প্ৰতিবাদ

এখন যন্ত্ৰচালিত নাৱত গৰু দুটা নি থকা অৱস্থাত ৰাইজে গৰু চোৰ তিনিটা আটক কৰে। গৰু চোৰ তিনিটা ক্ৰমে মইনুল হক, মুক্তাৰ আলী আৰু উমৰ ফাৰুক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply