ডিব্ৰুগড় : ডিব্ৰুগড়ত শোকাবহ ঘটনা। একেলগে তিনি ভাতৃৰ মৃত্যু। পুখুৰীত পৰি একেলগে তিনি ভাতৃৰ সলিল সমাধি। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।
ডিব্ৰুগড় জিলাৰ টিংখঙত সংঘটিত হৈছে এক শোকাবহ ঘটনা। বৃহস্পতিবাৰে টিংখঙৰ ৰঙাবননীত এটা পুখুৰীত পৰি এজন যুৱকসহ দুই কিশোৰৰ মৃত্যু হয়।
লগতে পঢ়ক – জীগনেশ মেৱানীক মুক্তিৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ
পুখুৰীত পৰি সলিল সমাধি ঘটা তিনিওজন ভাতৃ। নিহত তিনি ভাতৃ ক্ৰমে পুলীন হেমৰণ, কুলীন হেমৰণ আৰু টুকু হেমৰণ। স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে পুখুৰীৰ তিনিও ভাতৃৰ মৃতদেহ উদ্ধাৰ কৰে।