সৰ্থেবাৰী : সৰ্থেবাৰীত সোমবাৰে নিশাৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হয় তিনি জনকৈ লোক। আনহাতে পথ দুর্ঘটনাটোত অহাত হয় ছায়জনকৈ লোক।

সৰ্থেবাৰীত নিশাৰ ভাগত এখন তীব্ৰ বেগী মাৰুটি বাহনে চাৰিখনকৈ বাইক মহতিয়াই নিয়ে। এই ভয়ংকৰ পথ দুর্ঘটনাত তিনিজন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় ছায়জনকৈ লোক। আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

লগতে পঢ়ক –  ডলু চাহ বাগিচাৰ উচ্ছেদৰ বিৰোধিতাৰে বোকাখাতত প্ৰতিবাদ, মুখ্যমন্ত্ৰী-শ্ৰম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

পথ দুর্ঘটনাত নিহত হোৱা লোক তিনিজন হৈছে ক্ৰমে প্ৰণৱ ভূঞা, চিত্ত ভূঞা আৰু হৰগোবিন্দ ডেকা। দুর্ঘটনাৰ পিছতে মাৰুটি বাহনখনৰ চালকজন দুর্ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইফালে উত্তেজিত ৰাইজে মাৰুটি বাহনখন লণ্ডভণ্ড কৰে। দুর্ঘটনা সংঘটিত কৰা মাৰুটি বাহনখন নলবাৰীৰ পৰা বৰপেটা অভিমুখে গৈ আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply