গোৱালপাৰা : ঘোচ লৈ পুনৰ হাতে লোটে ধৰা পৰিল দুজন। পুনৰ দুজন চৰকাৰী কৰ্মচাৰী জালত পৰিল ঘোচ লৈ। দুধনৈ জলসিঞ্চন বিভাগৰ কৰ্মচাৰী দুজন।
গোৱালপাৰা জিলাৰ দুধনৈ জলসিঞ্চন বিভাগৰ দুজন কৰ্মচাৰী শুকুৰবাৰে ঘোচ লৈ ধৰা পৰে। ৫০ হাজাৰ টকা ঘোচ লৈ ধৰা পৰে কাৰ্যবাহী অভিযন্তা আকবৰ আলী।
লগতে পঢ়ক – গুৱাহাটীত ভাড়াতীয়াই ঘপিয়ালে ঘৰৰ মালিকক
তকাকৰী আৰু দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে লোটে ঘোচ লৈ থকা অৱস্থাত আটক কৰে। কাৰ্যবাহী অভিযন্তা আকবৰ আলীৰ লগতে আটক কৰে মুখ্য সহায়ক জগদীশ ৰাভাক।