গুৱাহাটী : শেষ নিশ্বাস ত্যাগ কৰি প্ৰবীণ অভিনেতা সাধন হাজৰিকাই। নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ সাধন হাজৰিকাই। নিমোনিয়া ৰোগত আক্রান্ত হৈছিল প্ৰবীণ অভিনেতা গৰাকী।

অসমীয়া ছবি জগতৰ প্ৰবীণ অভিনেতা সাধন হাজৰিকাই শেষ নিশ্বাস ত্যাগ কৰিলে। মহানগৰী গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ সাধন হাজৰিকাই। নিমোনিয়া ৰোগত আক্রান্ত হৈ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰবীণ অভিনেতা গৰাকী।

লগতে পঢ়ক – জামুগুৰিহাটৰ বামুনিপামত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস : অঞ্চলটোৰ বহু কৃষকৰ ধান খেতি বিনষ্ট

শনিবাৰে পুৱাৰ ভাগত প্ৰবীণ অভিনেতা গৰাকীয়ে নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। অভিনেতা গৰাকীৰ বিয়োগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰিছে। ড০ বেজবৰুৱা, লাচিত বৰফুকন, মন মন্দিৰৰ লগতে কেইবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল সাধন হাজৰিকাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply