নিউজ ডেস্ক – প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংগালুৰুত ডাকঘৰ নিৰ্মাণৰ ক্ষেত্ৰত ত্ৰিমাত্ৰিক মুদ্ৰণ প্ৰযুক্তি ব্যৱহাৰ কৰা কথাক প্ৰশংসা কৰিছে।

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে উলশূৰ বাজাৰ ডাকঘৰৰ থ্ৰীডি প্ৰিণ্টিংৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰকাশ কৰা এটা ‘টুইট’-ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

“এই উদ্দেশ্যৰ বাবে প্ৰযুক্তিয়ে আগবঢ়োৱা নতুন পন্থা ব্যৱহাৰ কৰা দেখি ভাল লাগিছে।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply