নিউজ ডেস্কঃ আলফা স্বাধীনৰ কেম্পত বন্দী হৈ আছে অসম আৰক্ষী আৰু সেনা বাহিনীৰ এজন গুপ্তচৰ। জানিব পৰা মতে, এই আলফা স্বাধীনৰ কেম্পত বন্দী হৈ থকা অসম আৰক্ষীৰ চোৰাংচোৱা গৰাকীৰ নাম সঞ্জীৱ শৰ্মা। উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে আলফা স্বাধীনত সঞ্জীৱ শৰ্মাই যোগদান কৰিছিল। মঙলবাৰে ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। এই ভিডিঅ’টোত যুৱক গৰাকীয়ে আৰক্ষী বিষয়া পাৰ্থ […]
Category: ভিডিঅ
Posted inঅসম