মাজুলীত অন্তিম নিৰ্বাচনী প্ৰচাৰত সৰ্বানন্দ সোণোৱাল


মাজুলীত অন্তিম নিৰ্বাচনী প্ৰচাৰত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
প্ৰথমে উজনি মাজুলীৰ মাজৰ দেউৰী গাঁৱত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।

তাৰ পিছতে কমলাবাৰী ৰাজীৱ গান্ধী ক্ৰীড়়া প্ৰকল্পত অংশগ্ৰহণ কৰে জন সভাত। কমলাবাৰী জন সভাত বিপুল আদৰণি জনোৱা হয় মাজুলী বাসীৰ তৰফৰ পৰা।
শিৰত মুকুট আৰু দেহত চাপকন পিন্ধাই মাজুলী বাসীয়ে সোণোৱালক সাজু কৰিলে ৰন ক্ষেত্ৰলৈ।

আয়তীৰ উৰুলি আৰু দিহা নাম জয়ধ্বনি মাজেৰে প্ৰচাৰ চলাই গল সৰ্বানন্দ সোণোৱালে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply