Posted inঅসম

টকিঅ’ অলিম্পিকৰ পৰা বাদ পৰিল ‘ধিং এক্সপ্ৰেছ’ হিমা?

নিউজ ডেস্ক : টকিঅ’ অলিম্পিকৰ পৰা বাদ পৰিল অসমৰ দৌৰ ৰাণী হিমা দাসে। সোমবাৰে ইণ্ডিয়ান গ্ৰাঁ প্ৰি-৪ৰ মহিলাৰ ২০০ মিটাৰৰ ফাইনেলত বিজয় অৰ্জন কৰে যদিও হিমাই অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰাত বিফল হয়। পাটিয়ালাত অনুষ্ঠিত ইণ্ডিয়ান গ্ৰাঁ প্ৰি-৪ৰ ফাইনেলত ‘ধিং এক্সপ্ৰেছ’ হিমাই তামিলনাডুৰ এছ ধনলক্ষ্মীক পৰাস্ত কৰে। ২২.৮৮ চেকেণ্ডত লাইন স্পৰ্শ কৰা হিমাই ০.০৬ চেকেণ্ডৰ […]