নিউজ ডেস্কঃ নতুন দিল্লীত অনুষ্ঠিত হৈ মহিন্দ্রা আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অসম কন্যা লাভলীনা বৰগোহাঁই বুধবাৰে পদক জয় নিশ্চিত কৰে। ৭৫ কিলোগ্রাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত মোজাম্বিকৰ বক্সাৰ আডোছিন্দা ৰাডিকক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ পূৰ্বেও খেলুৱৈ গৰাকীয়ে প্রি-কোৱাৰ্টাৰ ফাইনেলত মেক্সিকোৰ ভানেছা অজিক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰিছিল। উল্লেখযোগ্য যে, […]