নিউজ ডেস্ক– অলিম্পিকলৈ যোগ্য়তা অৰ্জন ধিং এক্সপ্ৰেছ হিমা দাসৰ । ৪x১০০ ৰিলেৰ বাবে যোগ্য়তা অৰ্জন কৰিছে হিমা দাসে। টকিঅ’ত অনুষ্ঠিত হব এইবাৰৰ অলিম্পিক। এই ক্ষেত্ৰত অলিম্পিক এছ’ছিয়েশ্য়নৰ আনুষ্ঠানিক ঘোষণাৰ বাকী। আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ হিমা দাসৰ সাফল্য়ত আনন্দিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী।

২০১৮ চনৰ ২৫ চেপ্তেম্বৰত অৰ্জুন বঁটা লাভ কৰিছিল হিমাই। অহা ২৩জুলাইৰ পৰা ৮ আগষ্টলৈ টকিঅ’ত অনুষ্ঠিত হ’ব অলিম্পিক। এইবাৰ অলিম্পিকত পদক জয়ৰ বাবে নিজকে কঠোৰ অনুশীলত ব্য়স্ত ৰাখিছে হিমাই। বৰ্তমান পাতিয়ালাত প্ৰশিক্ষণ লৈ আছে খেলুৱৈগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply