Posted inঅসম

অসম আন্দোলনত নিৰ্যাতিত ভূৱন ৰাজবংশী আজিও অবহেলিত

বাক্সাঃ ১৯৮৩চনৰ তেজে ধোৱা আন্দোলনৰ সাক্ষী ভূৱন ৰাজবংশী। দুৰ্বৃত্তৰ কুঠাৰৰ ঘাপ বুকু পাতি লৈ আঘাত প্ৰাপ্ত হৈছিল এইজন লোক। বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্ত্তী ওদালগুৰি জিলাৰ বৰনদীঝাৰৰ ভূৱন ৰাজবংশীয়ে এতিয়া কটাইছে দুৰ্বিষহ জীৱন। জীৱনৰ ৭০ টা বছৰে ঘূনীয়া হৈ থকাৰ পিছতো নাই কাৰোৱে সহাঁৰি। পত্নী আৰু এজনী অনাথ নাতিনীক লগত লৈ এটি জৰাজীৰ্ণ বাসগৃহত বাস […]