Posted inৰাজনীতি

সামৰণি পৰিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ

নিউজ ডেস্কঃ অন্ত পৰিল বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ। মাজত মাত্ৰ এটা দিন। তাৰপাছতেই ২৭মাৰ্চত মাজুলী, গহপুৰ, বোকাখাত, সৰুপথাৰ, তিতাবৰ, মৰিয়নী, সোণাৰি, মৰাণ, তিনিচুকীয়া, ডিগবৈ, ঢকুৱাখানা, চামগুৰি, কলিয়াবৰ, নাওবৈছা, ধেমাজি, দেৰগাওঁ, টীয়ক, মাহমৰা, থাওৰা, বিহপুৰীয়া, মাৰ্ঘেৰিটা, লাহোৱাল, দুলীয়াজান, টিংখাং, ডুমডুমা, শদিয়া, চাবুৱা, ঢেকীয়াজুলি, চতিয়া, বিশ্বনাখ, খুমটাই, নাজিৰা, বৰচলা, তেজপুৰ, ৰঙাপাৰা, বিহালী, ধিং, বটদ্ৰৱা, ৰূপহীহাট, কলিয়াবৰ, […]