শদিয়া- ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ কাইলৈ আবেলি সমাপ্ত হোৱালৈ চাই ৰাজ্যজুৰি প্ৰচাৰকাৰ্য তুংগত উঠিছে। ইফালে নিৰ্বাচনকেন্দ্ৰিক সমস্যা সৃষ্টি হ’ব পৰা সকলো বিষয়ত প্ৰশাসন ব্যৱস্থাও কঠোৰ হৈ পৰিছে। শেহতীয়াকৈ শদিয়া সমষ্টিৰ অন্তৰ্গত ঢলাত ৯৮ কাৰ্টন অৰুণাচলী অবৈধ সুৰা জব্দ কৰিছে প্ৰশাসনে। নিৰ্বাচন সময়ত বিলাবলৈ ভাৰতীয় জনতা পাৰ্টীৰ শদিয়া সমষ্টিটোৰ প্ৰাৰ্থী বলিন চেতিয়াই ৯৮ […]