Posted inঅসম

‘কা’ৰ সন্দৰ্ভত বিজেপি দিশহাৰা হৈছেঃকংগ্ৰেছ

গুৱাহাটী- প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মাজত আৰু মাত্ৰ এটা দিন বাকী আছে। ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বোকা চতিওৱা ৰাজনীতি। এইবাৰ ‘কা’ সন্দৰ্ভত শাসকীয় দল বিজেপিৰ বিৰুদ্ধে মুখ খুলিলে কংগ্ৰেছে। ”বিজেপি দিশহাৰা হৈছে কা-ৰ সন্দৰ্ভত। কা-ৰ সন্দৰ্ভত বিজেপিৰ দুমুখীয়া চৰিত্ৰ এতিয়া সম্পূৰ্ণৰূপে ফাদিল হৈছে । আৰু পঢ়কঃ লংকাত বিধংসী অগ্নিকাণ্ড পশ্চিমবংগত, কেন্দ্ৰীয় […]