Posted inঅসম

ধুবুৰীত বৰযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত

ধুবুৰীঃ ধুবুৰীৰ আগমনিত সংঘটিত হয় ভয়াবহ দুৰ্ঘটনা। বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত দুজন, আহত ১৩জনকৈ লোক। নিহত দুজন  পংকজ ৰায় আৰু ধনজিৎ ৰায় বুলি চিনাক্ত কৰা হৈছে। বাছখন বিবাহযাত্ৰী কঢ়িওৱা বাছ আছিল। দুৰ্ঘটনা সংঘটিত হোৱা ট্রাকখনৰ নম্বৰ এএছ০১ ইউ ৯০৫১ , বৰযাত্রীৰ বাছৰখনৰ নম্বৰ এ এছ ১৬ এচি ০৭১৬